Show/Hide Keyboard Layout

মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী

- জ্যোতিপ্ৰসাদ আগৰৱালা

মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী

তোৰ বাৰীত পৰিলে ছাঁ

তোৰে মনৰ কথা উটুৱাই আনিলে

সন্ধিয়াৰ বাউলী বা ।

 

বাউলী বাৰে আউলী চুলি

কাৰ কথা কৈয়ে

মাত কূ-উ বুলি ?

ৰূপহ কলীয়া কুলী ।।

Hits: 2105